top of page
সংগীত

বিদ্যালয়ৰ সহঃশিক্ষক ৰিণ্টু বৰাই বিদ্যালয়ৰ সংগীত শিক্ষাৰ দিশটো চোৱা-চিতা কৰে। বিদ্যালয়ত থকা বাদ্যযন্ত্ৰৰ উপৰিও বিভিন্ন সংগীতৰ শিক্ষা দিয়া হয়। বাদ্যযন্ত্ৰৰ ভিতৰত তবলা, ঢোল, খোল আদি শিকোৱা হয়। বিদ্যালয়ত এখন হাৰ্মনিয়াম, তিনিটা ঢোল আৰু এযোৰ তবলা আছে। শ্ৰীযুত বৰা তবলা বিষয়ত এম মিউজ (লক্ষ্নৌ), আৰু এম মিউজ (সুৰনন্দন ভাৰতী, কলকাতা) ডিগ্ৰীপ্ৰাপ্ত। লগতে Centre for cultural research and Training (Dwarka, New Delhi) ৰ প্ৰশিক্ষণপ্ৰাপ্ত। তেওঁ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় আৰু নাগালেণ্ড চৰকাৰৰ সৌজন্যত ডিমাপুৰত আয়োজিত উমাং ফেষ্টিভেলত প্ৰশংসাপত্ৰ লাভ কৰিছিল।

lib2.jpeg
bottom of page